ৰঙিয়াৰ কাছাৰী শ'লমাৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ
কামৰূপ, ১৭ ডিচেম্বৰ (হি.স.)। ৰঙিয়াৰ কাছাৰী শ''লমাৰী অঞ্চলত এটি অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । বিলৰ মাজত মেটেকাৰে ভৰ্তি পুখুৰীৰ পৰা এই মৃতদেহটো উদ্ধাৰ হৈছে । স্থানীয় ৰাইজে পুখুৰীত মৃতদেহটো ভাঁহি থকা প্ৰত্যক্ষ কৰ
ৰঙিয়াৰ কাছাৰী শ'লমাৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ


কামৰূপ, ১৭ ডিচেম্বৰ (হি.স.)। ৰঙিয়াৰ কাছাৰী শ'লমাৰী অঞ্চলত এটি অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । বিলৰ মাজত মেটেকাৰে ভৰ্তি পুখুৰীৰ পৰা এই মৃতদেহটো উদ্ধাৰ হৈছে ।

স্থানীয় ৰাইজে পুখুৰীত মৃতদেহটো ভাঁহি থকা প্ৰত্যক্ষ কৰি ৰঙিয়া আৰক্ষীক খবৰ দিয়ে। লগে লগে ৰঙিয়া আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় । মৃতদেহটো চিনাক্তকৰণ হোৱা নাই । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে মৃতদেহটোৰ পৰিচয় উদ্ধাৰৰ বাবে তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande