বিলাসীপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা
ধুবুৰী, ১৭ ডিচেম্বৰ (হি.স.)। বিলাসীপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। বয়জেৰ আলগা পঞ্চম খণ্ড গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। গাওঁ খনৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰক কোনোবাই দুষ্কৃতিকাৰিয়ে কালি নিশা নিৰ্মমভাৱে হত্যা কৰি পথাৰত পেলাই থৈ যোৱ
বিলাসীপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা


ধুবুৰী, ১৭ ডিচেম্বৰ (হি.স.)। বিলাসীপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। বয়জেৰ আলগা পঞ্চম খণ্ড গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। গাওঁ খনৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰক কোনোবাই দুষ্কৃতিকাৰিয়ে কালি নিশা নিৰ্মমভাৱে হত্যা কৰি পথাৰত পেলাই থৈ যোৱা অভিযোগ পৰিয়ালৰ লোকৰ।

ছাত্ৰজনক বয়জেৰ আলগা পঞ্চম খণ্ড গাঁৱৰ বাসিন্দা সুজাল আলীৰ পুত্ৰ ৰমজান আলী বুলি জানিব পৰা গৈছে। যুৱক জন এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ আছিল। ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষী আৰু নায়েৰ আলগা আৰক্ষীয়ে উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande