এচিএছ বিষয়া সুকন্যা বৰাক চাকৰিৰ পৰা বৰ্খাস্ত
গুৱাহাটী, ১৬ ডিচেম্বৰ(হি.স.)। এচিএছ বিষয়া সুকন্যা বৰাক চাকৰিৰ পৰা বৰ্খাস্ত। আয় বহিৰ্ভুত সম্পত্তি ৰখাৰ অভিযোগত সুকন্যা বৰাক গ্ৰেপ্তাৰ কৰা হৈছে। সাংসদ পুজিৰ খেলিমেলি কৰাৰ অভিযোগত এচিএছ বিষয়া গৰাকীক বৰ্খাস্ত কৰা হৈছে।বিষয়া গৰাকীৰ বিৰুদ্ধে ১২ টা বিভিন্
এচিএছ বিষয়া সুকন্যা বৰাক চাকৰিৰ পৰা বৰ্খাস্ত


গুৱাহাটী, ১৬ ডিচেম্বৰ(হি.স.)। এচিএছ বিষয়া সুকন্যা বৰাক চাকৰিৰ পৰা বৰ্খাস্ত। আয় বহিৰ্ভুত সম্পত্তি ৰখাৰ অভিযোগত সুকন্যা বৰাক গ্ৰেপ্তাৰ কৰা হৈছে। সাংসদ পুজিৰ খেলিমেলি কৰাৰ অভিযোগত এচিএছ বিষয়া গৰাকীক বৰ্খাস্ত কৰা হৈছে।বিষয়া গৰাকীৰ বিৰুদ্ধে ১২ টা বিভিন্ন অভিযোগ আনিছিল বিভাগে।

সাংসদ অজিত ভূঞাৰ সাংসদ পুজিৰ কেলেংকাৰীৰ সৈতে জৰিত থকাৰ অভিযোগ উত্থাপন হৈছিল বিষয়া গৰাকীৰ বিৰুদ্ধে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande