হোজাইত ২৭,৪০০ গৰাকী মহিলাক চেক প্ৰদান মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ
হোজাই, ১৬ ডিচেম্বৰ (হি.স.)। হোজাই জিলাৰ সদৰস্থান শ্ৰীমন্ত শংকৰদেৱ নগৰত মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি লামডিং সমষ্টিৰ হিতাধিকাৰী সকলক ১০ হাজাৰ টকাকৈ চেক প্ৰদান কৰাৰ লগতে জিলা খনৰ স্বাস্থ্য,পথৰ লগতে কেইবাটাও আঁচনি মুকলি আৰু আধাৰশিলা স্থাপন কৰে। লামডিং ব
হোজাইত ২৭,৪০০ গৰাকী মহিলাক চেক প্ৰদান মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ


হোজাই, ১৬ ডিচেম্বৰ (হি.স.)। হোজাই জিলাৰ সদৰস্থান শ্ৰীমন্ত শংকৰদেৱ নগৰত মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি লামডিং সমষ্টিৰ হিতাধিকাৰী সকলক ১০ হাজাৰ টকাকৈ চেক প্ৰদান কৰাৰ লগতে জিলা খনৰ স্বাস্থ্য,পথৰ লগতে কেইবাটাও আঁচনি মুকলি আৰু আধাৰশিলা স্থাপন কৰে। লামডিং বিধানসভা সমষ্টিৰ ২৭ হাজাৰ ৪ শ গৰাকী আত্মসহায়ক গোটৰ মহিলাক চেক প্ৰদান কৰে।

ইপিনে, মুখ্যমন্ত্ৰী গৰাকীয়ে আজি হোজাইত কেইবাটাও প্ৰসংগক লৈ মন্তব্য প্ৰদান কৰি কয় যে জুবিন গাৰ্গৰ চাৰ্জশ্বিটত কি আছে বিৰোধীয়ে চাইছে নেকি,আদালতৰ ন্যায়াধীশে ক'লে নেকি দুৰ্বল হৈছে বুলি। আছলতে বিৰোধীৰ জ্ঞান-গভীৰতায়ে নাই। অখিল গগৈ কোন হয়?তেও যে চেলেঞ্জ দিচে তেওঁৰ দলটোৰ বিধায়ক আছে কেইজন,বদৰুদ্দিন,অখিল গগৈ,কংগ্ৰেছে কি কৈছে সেয়া চাৱলৈ হ'লে মই ফেচবুক,ইনষ্টাগ্ৰামত ৰীল চাই থাকিব লাগিব।বিহাৰৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰ এতিয়া ৮০ বছৰীয়া লোক। গতিকে হিজাবখনত ধৰাটো কোনো ডাঙৰ কথা নহয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande