চামগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ চোৰাং বিদ্যুৎ ব্যৱহাৰকাৰীৰ বিৰুদ্ধে অভিযান
নগাও, ১৪ ডিচেম্বৰ (হি.স.)। চামগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ চোৰাং বিদ্যুৎ ব্যৱহাৰকাৰীৰ বিৰুদ্ধে অভিযান। নিশা অভিযান চলাই চোৰাংকৈ বিদ্যুৎ ব্যৱহাৰ কৰি চার্জত দিয়া ১১খন ই-ৰিস্কাৰ লগতে দুখন ফ্ৰীজ জব্দ কৰে। লাইলুৰী স্থিত আমবাগান বিদ্যুতৰ উপকেন্দ্ৰত ৰাখে জব্দ
চামগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ চোৰাং বিদ্যুৎ ব্যৱহাৰকাৰীৰ বিৰুদ্ধে অভিযান


নগাও, ১৪ ডিচেম্বৰ (হি.স.)। চামগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ চোৰাং বিদ্যুৎ ব্যৱহাৰকাৰীৰ বিৰুদ্ধে অভিযান। নিশা অভিযান চলাই চোৰাংকৈ বিদ্যুৎ ব্যৱহাৰ কৰি চার্জত দিয়া ১১খন ই-ৰিস্কাৰ লগতে দুখন ফ্ৰীজ জব্দ কৰে। লাইলুৰী স্থিত আমবাগান বিদ্যুতৰ উপকেন্দ্ৰত ৰাখে জব্দকৃত ১১খনকৈ ই– ৰিস্কাৰ ফ্ৰীজ সমূহ।

ভাটিয়াকালি,লটানীত অভিযান চলাই জব্দ কৰে চোৰাং বিদ্যুৎ ব্যৱহাৰকাৰীৰ ই–ৰিস্কা সমূহ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande