ডিমৰীয়া সমষ্টিত অগপৰ নিৰ্বাচনী ৰণশিঙা
গুৱাহাটী,১৪ ডিচেম্বৰ (হি.স.)। ৰাজ্যৰ আগন্তুক ২০২৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে ৰাষ্ট্ৰীয়-আঞ্চলিক দলসমূহে। নৱগঠিত ডিমৰীয়া সমষ্টিতো বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ তৎপৰতা। ডিমৰীয়া সমষ্টিত অগপৰ নিৰ্বাচনী ৰণশিঙা। ক্ষেত্ৰীত ডিমৰীয়া
ডিমৰীয়া সমষ্টিত অগপৰ নিৰ্বাচনী ৰণশিঙা


ডিমৰীয়া সমষ্টিত অগপৰ নিৰ্বাচনী ৰণশিঙা


গুৱাহাটী,১৪ ডিচেম্বৰ (হি.স.)। ৰাজ্যৰ আগন্তুক ২০২৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে ৰাষ্ট্ৰীয়-আঞ্চলিক দলসমূহে।

নৱগঠিত ডিমৰীয়া সমষ্টিতো বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ তৎপৰতা।

ডিমৰীয়া সমষ্টিত অগপৰ নিৰ্বাচনী ৰণশিঙা। ক্ষেত্ৰীত ডিমৰীয়া বিধান‌ পৰিষদৰ বিশাল সাংগঠনিক সভা,, কেইবাশতাধিক পুৰুষ-মহিলাই আনুষ্ঠানিকভাৱে যোগদান‌ কৰিলে অসম গণ পৰিষদত,,

ডিমৰীয়া বিধান‌ পৰিষদৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ কেইবাশতাধিক পুৰুষ-মহিলাই অগপৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোৰ উপ-সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য আৰু সাধাৰণ সম্পাদক ড০ তপন দাসৰ উপস্থিতিত দলত যোগদান কৰে।

এই সভাতেই অগপৰ ডিমৰীয়া মণ্ডলৰ সমিতিও গঠন কৰা হয়। ক্ষেত্ৰী গাঁও পঞ্চায়ত প্ৰেক্ষাগৃহত এই সাংগঠনিক সভাখন অনুস্থিত হয়।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande