বিশ্বনাথত শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ ৰাজ্যিক অধিৱেশন
বিশ্বনাথ, ১৪ ডিচেম্বৰ (হি.স.)। বিশ্বনাথত শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ ৰাজ্যিক অধিৱেশন। স্থাপন কৰা হ''ল লাইখুটা। দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ''ল বিশ্বনাথৰ মঘাই ওজা বিহুতলী। ভকত বৈষ্ণৱৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হ''ল মঘাই ওজা বিহুতলী। অহা ১৬, ১৭,
বিশ্বনাথত শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ ৰাজ্যিক অধিৱেশন


বিশ্বনাথ, ১৪ ডিচেম্বৰ (হি.স.)। বিশ্বনাথত শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ ৰাজ্যিক অধিৱেশন। স্থাপন কৰা হ'ল লাইখুটা। দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ'ল বিশ্বনাথৰ মঘাই ওজা বিহুতলী। ভকত বৈষ্ণৱৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হ'ল মঘাই ওজা বিহুতলী। অহা ১৬, ১৭, আৰু ১৮ জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ পঞ্চদশ ৰাজ্যিক অধিৱেশন বিশ্বনাথত অনুষ্ঠিত হ'ব।

অধিৱেশনৰ আজি লাইখুটা স্থাপন কৰা হয়। লাইখুটা স্থাপন কৰে শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ অসমৰ ৰাজ্যিক সভাপতি মাণিক গগৈ আৰু আদৰণী সমিতিৰ সভাপতি তথা বিধায়ক প্ৰমোদ বৰঠাকুৰে। বাপ সমস্ত তথা আইমাতৃৰ হৰিনাম আৰু গায়ন বায়নৰ গুৰুঘাতৰ মাজেৰে স্থাপন কৰা হয় লাইখুটাভাগ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande