(আপডেট)গৌৰীপুৰৰ দুই যুৱকৰ বহিঃৰাজ্যত ৰহস্য জনক মৃত্যু, এজনৰ সংকট জনক অৱস্থা
ধুবুৰী, ১৩ ডিচেম্বৰ (হি.স.)। গৌৰীপুৰৰ দুই যুৱকৰ বহিঃৰাজ্যত ৰহস্য জনক মৃত্যু এজনৰ সংকট জনক অৱস্থা। গৌৰীপুৰৰ দুই ভাতৃৰ বহিঃৰাজ্যত ৰহস্য জনক মৃত্যু। আৰু আনজন ভাতৃৰ সংকট জনক অৱস্থা। গৌৰীপুৰৰ মটেৰঝাৰত ঘৰ যুৱক তিনিজনৰ। এমাহ পুৰ্বে যুৱক তিনিজন কৰ্মসূত্ৰে
(আপডেট)গৌৰীপুৰৰ দুই যুৱকৰ বহিঃৰাজ্যত ৰহস্য জনক মৃত্যু, এজনৰ সংকট জনক অৱস্থা


ধুবুৰী, ১৩ ডিচেম্বৰ (হি.স.)। গৌৰীপুৰৰ দুই যুৱকৰ বহিঃৰাজ্যত ৰহস্য জনক মৃত্যু এজনৰ সংকট জনক অৱস্থা। গৌৰীপুৰৰ দুই ভাতৃৰ বহিঃৰাজ্যত ৰহস্য জনক মৃত্যু। আৰু আনজন ভাতৃৰ সংকট জনক অৱস্থা। গৌৰীপুৰৰ মটেৰঝাৰত ঘৰ যুৱক তিনিজনৰ। এমাহ পুৰ্বে যুৱক তিনিজন কৰ্মসূত্ৰে শ্বিলংৰ বৰা পানীত গৈছিল ৰাজ মিস্ত্ৰীৰ কাম কৰিবলৈ।

থকা কোঠালিৰ পৰা ৰহস্য জনক ভাৱে মৃত্যু হয় দুই ভাতৃৰ আৰু এজনৰ সংকট জনক অৱস্থা। মৃত্যু হোৱা দুই ভাতৃ হৈছে এন্দামূল হক, এক্রামূল হক আৰু মফিদুল হকৰ অৱস্থা অতি সংকট জনক বুলি জানিব পৰা গৈছে। বৰ্তমানে মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নায়। একেটা পৰিয়ালৰ দুই ভাতৃৰ কৰুণ মৃত্যুত কান্দোনত ভাঙি পৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande