জনীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বাৰ্ষিক অধিৱেশনত বিধায়ক ৰফিকুল ইছলাম
বৰপেটা, ১৩ ডিচেম্বৰ (হি.স.)। জনীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি ছাত্ৰ একতা সভাৰ বাৰ্ষিক অধিৱেশত বিধায়ক ৰফিকুল ইছলাম ।প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট। এছআইটি য়ে আদালতত জমা দিয়া সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য বিধায়ক ৰফ
জনীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বাৰ্ষিক অধিৱেশনত বিধায়ক ৰফিকুল ইছলাম


বৰপেটা, ১৩ ডিচেম্বৰ (হি.স.)। জনীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি ছাত্ৰ একতা সভাৰ বাৰ্ষিক অধিৱেশত বিধায়ক ৰফিকুল ইছলাম ।প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট। এছআইটি য়ে আদালতত জমা দিয়া সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য বিধায়ক ৰফিকুল ইছলামৰ ।বৰপেটা জিলাৰ জনীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ৬৯ সংখ্যক বাৰ্ষিক অধিৱেশন, বঁটা বিতৰণ আৰু মুকলি সভাৰ সফল সামৰণি।

বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আব্দুল মালিকে সভাপতিত্ব কৰা সভাত ক্ৰমে বিশিষ্ট অতিথি, নিমন্ত্ৰিত অতিথি, নিৰ্দিষ্ট বক্তাৰ লগতে মুখ্য অতিথি হিচাপে জনীয়াৰ বিধায়ক ৰফিকুল ইছলামে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্য শিক্ষা মুলক বক্তব্য প্ৰদান কৰাৰ সমান্তৰালকৈ এছআইট য়ে আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande