
যোৰহাট, ১১ ডিচেম্বৰ (হি.স.) । ৰাজ্য জুৰি আজি বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৩ ঘণ্টীয়া মৌন প্রতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছে। যোৰহাটতো এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
উল্লেখ্য য সংশোধিত নাগৰিকত্ব আইন চমুকৈ কা আন্দোলনৰ পঞ্চ শ্বহীদক চৰকাৰীভাবে শ্বহীদৰ মৰ্যাদা প্ৰদানৰ দাবীত যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৩ ঘণ্টীয়া মৌন প্রতিবাদী অৱস্থান ধৰ্মঘট l
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু