অসমৰ ভক্তি মাৰ্গীয় সংগীতৰ অনন্য দিহানামৰ বিশ্ব ৰেকৰ্ডৰ প্ৰস্তুতি
শিৱসাগৰ, ১১ ডিচেম্বৰ (হি.স.)। অসমৰ ভক্তি মাৰ্গীয় সংগীতৰ অনন্য দিহানামৰ বিশ্ব ৰেকৰ্ডৰ প্ৰস্তুতি চলোৱা হৈছে। নাজিৰাত ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যনৰ অধ্যক্ষাৰ এক সংবাদমেলযোগে এই বিষয়ে সদৰি কৰে। ২০২৬চনৰ ১ ফেব্ৰুৱাৰীত শিৱসাগৰৰ জয়সাগৰস্থ জেৰেঙা
অসমৰ ভক্তি মাৰ্গীয় সংগীতৰ অনন্য দিহানামৰ বিশ্ব ৰেকৰ্ডৰ প্ৰস্তুতি


শিৱসাগৰ, ১১ ডিচেম্বৰ (হি.স.)। অসমৰ ভক্তি মাৰ্গীয় সংগীতৰ অনন্য দিহানামৰ বিশ্ব ৰেকৰ্ডৰ প্ৰস্তুতি চলোৱা হৈছে। নাজিৰাত ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যনৰ অধ্যক্ষাৰ এক সংবাদমেলযোগে এই বিষয়ে সদৰি কৰে।

২০২৬চনৰ ১ ফেব্ৰুৱাৰীত শিৱসাগৰৰ জয়সাগৰস্থ জেৰেঙা পথাৰত অনুষ্ঠিত হ'ব এই দিহানাম। ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ দিহানাম অভিলেখৰ কেপ্টেইন গ্ৰুপে অংশগ্ৰহণ কৰিব। অসমৰ বিভিন্ন প্ৰান্তৰ ১৫ হাজাৰ দিহানামৰ শিল্পীয়ে বিশ্ব ৰেকৰ্ডৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলিও তেওঁ সদৰি কৰে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande