যোৰহাটৰ ম'হবন্ধা চাহ বাগিছাত হত্যাকাণ্ড
যোৰহাটৰ ম'হবন্ধা চাহ বাগিছাত হত্যাকাণ্ড ।
যোৰহাটৰ ম'হবন্ধা চাহ বাগিছাত হত্যাকাণ্ড


যোৰহাট, ১১ ডিচেম্বৰ (হি.স.): যোৰহাট জিলাৰ ম'হবন্ধা চাহ বাগিছাত এক হত্যাকাণ্ড সংঘটিত হৈছে । চাহ বাগিছাত হত্যা কৰি পেলাই থৈ গ'ল এগৰাকী বৃদ্ধাক। কোনো দুৰ্বৃত্তই হত্যাকাণ্ড সংঘটিত কৰে কুন্তি তাতি নামৰ মহিলা গৰাকীক।

হত্যাকাৰীয়ে পৰিধান কৰা টুপীৰ লগতে অন্যান্য সামগ্ৰী চোকা অস্ত্ৰ পেলাই থৈ গল ৰাজপথত । ঘটনা স্থলীত পুলিবৰ আৰক্ষীৰ থানা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande