
শিৱসাগৰ, ১১ ডিচেম্বৰ (হি.স.)। সমৰ ভক্তি মাৰ্গীয় সংগীতৰ অনন্য দিহানামৰ বিশ্ব ৰেকৰ্ডৰ প্ৰস্তুতি l নাজিৰাত ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যনৰ অধ্যক্ষাৰ সংবাদমেল l অসমৰ বিভিন্ন প্ৰান্তৰ দিহানাম অভিলেখৰ কেপ্টেইন গ্ৰুপৰ অংশগ্ৰহণ l
২০২৬ চনৰ ১ ফেব্ৰুৱাৰীত শিৱসাগৰৰ জয়সাগৰস্থিত জেৰেঙা পথাৰত অনুষ্ঠিত হ'ব উক্ত দিহানাম l অসমৰ বিভিন্ন প্ৰান্তৰ ১৫ হাজাৰ দিহানামৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব বিশ্ব ৰেকৰ্ডৰ অনুষ্ঠানত l
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু