মানকাচৰত পোন প্ৰথমবাৰৰ বাবে উপস্থিত অসমৰ সু সন্তান বেৰিষ্টাৰ ইলায়াছ হুচেইন আনচাৰী
মানকাচৰ, ১০ ডিচেম্বৰ (হি.স.)। মানকাচৰত পোন প্ৰথমবাৰৰ বাবে উপস্থিত হয় অসমৰ সু সন্তান বেৰিষ্টাৰ ইলায়াছ হুচেইন আনচাৰী। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানীত অনুষ্ঠিত এখন ধৰ্মীয় জলছাত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বেৰিষ্টাৰ ইলায়াছ হুচেইন আনচা
মানকাচৰত পোন প্ৰথমবাৰৰ বাবে উপস্থিত অসমৰ সু সন্তান বেৰিষ্টাৰ ইলায়াছ হুচেইন আনচাৰী


মানকাচৰ, ১০ ডিচেম্বৰ (হি.স.)। মানকাচৰত পোন প্ৰথমবাৰৰ বাবে উপস্থিত হয় অসমৰ সু সন্তান বেৰিষ্টাৰ ইলায়াছ হুচেইন আনচাৰী।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানীত অনুষ্ঠিত এখন ধৰ্মীয় জলছাত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বেৰিষ্টাৰ ইলায়াছ হুচেইন আনচাৰীয়ে।

উক্ত জলছাত বেৰিষ্টাৰ ইলায়াছ হুচেইন আনচাৰীয়ে ৰাইজ তথা ছাত্ৰ ছাত্ৰী সকলৰ উদ্দ্যেশে গুৰুত্বপূৰ্ণ ভাষন প্ৰদান কৰা পৰিলক্ষিত হয়।

উল্লেখ্য যে সসৌ শেষত জুবিন গাৰ্গৰ *জীবনৰ ৰং বোৰে লুকা ভাকু খেলে* ... বাক্যৰে আগন্তুক এইছ এছ এল চি আৰু এইছ এছ ৰ শিক্ষাৰ্থী সকলক শুভেচ্ছা জ্ঞাপন কৰে বেৰিষ্টাৰ ইলায়াছ হুচেইন আনচাৰীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande