
বৰপেটা, ১০ ডিচেম্বৰ (হি.স.)। বজালীৰ পাটাছাৰকুছিৰ সৰিহ সত্ৰ গাওঁত কালি নিশা এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হয়। কোনো নথকাৰ সুযোগ লৈ এগৰাকী মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই l মহিলা গৰাকীৰ নাম মনোমতী দত্ত কলিতা । মহিলা গৰাকীক চোকা অস্ত্ৰৰে আঘাট কৰি হত্যা হত্যাকাৰীৰ।ঘটনাস্থলীত উপস্থিত বজালী আৰক্ষী অধীক্ষক তথা পাটাছাৰকুছি আৰক্ষী৷আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত৷ইতিমধ্যে ঘটনাত জড়িত আটক এজনক হত্যাকাৰী৷হত্যাকাৰীজন একেখন গাওঁৰে ৰাকেশ ৰয়৷উল্লেখ্য যে ৰাকেশ ৰয় মনোমতী দত্ত কলিতাৰ ঘৰত ৰাজমিস্ত্ৰী হিচাপে কৰি আছিল কাম৷হত্যাকাণ্ড সংঘটিত কৰি ৰাকেশেই খৱৰ দিছিল গাওঁবাসীক৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ