ধেমাজি জিলাৰ গোগামুখত মিছিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত অনুষ্ঠিত নিয়োগ মেলা
ধেমাজি, ০৯ নৱেম্বৰ (হি.স.)। ধেমাজি জিলাৰ গোগামুখত মিছিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈছে নিয়োগ মেলা ৷ আৰ এল আৰ চি কেন্দ্ৰত অনুষ্ঠিত উক্ত নিয়োগ মেলাত পৰিষদীয় এলেকাৰ দুই শতাধিক শিক্ষিত যুৱক-যুৱতীৰ অংশগ্ৰহণ ৷ এই নিয়োগ মেলাত প্ৰায় ৫০ টাকৈ বি
ধেমাজি জিলাৰ গোগামুখত মিছিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত অনুষ্ঠিত নিয়োগ মেলা


ধেমাজি, ০৯ নৱেম্বৰ (হি.স.)। ধেমাজি জিলাৰ গোগামুখত মিছিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈছে নিয়োগ মেলা ৷ আৰ এল আৰ চি কেন্দ্ৰত অনুষ্ঠিত উক্ত নিয়োগ মেলাত পৰিষদীয় এলেকাৰ দুই শতাধিক শিক্ষিত যুৱক-যুৱতীৰ অংশগ্ৰহণ ৷ এই নিয়োগ মেলাত প্ৰায় ৫০ টাকৈ বিভিন্ন প্ৰতিষ্ঠানৰ অংশ গ্ৰহণ ৷

নিয়োগ মেলা খনৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মিছিং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগুৱে ৷ নিয়োগ মেলাত জৰিয়তে মিছিং স্বায়ত্ব শাসিত পৰিষদে সম্ভাৱনাপূৰ্ণ নিৱনুৱা যুৱক -যুৱতী সকলক সংস্থাপিত কৰা প্ৰচেষ্টা গ্ৰহণ কৰিছে ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande