উপ-ৰাষ্ট্ৰপতিৰ ৰাজিন্দৰ গুপ্তা আৰু সত পল শৰ্মাক ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ
নতুন দিল্লী, ০৬ নৱেম্বৰ (হি.স.)। উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ চি.পি. ৰাধাকৃষ্ণনে বৃহস্পতিবাৰে সংসদ ভৱনত নৱনিৰ্বাচিত দুজন সদস্যক শপত গ্ৰহণ কৰোৱায়। প্ৰথমে পঞ্জাৱৰ পৰা আম আদমি পাৰ্টিৰ ৰাজিন্দৰ গুপ্তাক ৰাজ্যসভাৰ নিৰ্বাচিত সদস্য হিচাপে শপত গ্ৰহ
राज्य सभा सभापति सीपी राधाकृष्णन ने सांसद सतपाल शर्मा को दिलाई शपथ


शपथ के बाद सांसद राजिंदर गुप्ता


নতুন দিল্লী, ০৬ নৱেম্বৰ (হি.স.)। উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ চি.পি. ৰাধাকৃষ্ণনে বৃহস্পতিবাৰে সংসদ ভৱনত নৱনিৰ্বাচিত দুজন সদস্যক শপত গ্ৰহণ কৰোৱায়।

প্ৰথমে পঞ্জাৱৰ পৰা আম আদমি পাৰ্টিৰ ৰাজিন্দৰ গুপ্তাক ৰাজ্যসভাৰ নিৰ্বাচিত সদস্য হিচাপে শপত গ্ৰহণ কৰোৱায়। ইয়াৰ লগতে তেওঁ ৰাজ্যসভাৰ নিৰ্বাচিত সদস্য হিচাপে বিজেপিৰ সত পল শৰ্মাক শপত গ্ৰহণ কৰোৱায়। শপতগ্ৰহণৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী জে পি নড্ডা আৰু ড° জিতেন্দ্ৰ সিংৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande