দেৰগাঁৱৰ দক্ষিণ দলিজলীয়াত ৰাস মহোৎসৱৰ আয়োজন
গোলাঘাট, ০৩ নৱেম্বৰ (হি.স.)। দেৰগাঁৱৰ দক্ষিণ দলিজলীয়াত ৰাস মহোৎসৱৰ আয়োজন। শৰৎ পূৰ্ণিমাত ৰাজ্যৰ সৰ্বত্ৰে আয়োজন কৰা হয় ৰাস মহোৎসৱ । ব্যতিক্ৰম নহয় দেৰগাঁৱৰ দক্ষিণ দলিজলীয়াবাসীও । বিগত বৰ্ষ সমূহৰ দৰে বিগতবৰ্ষতো ৰাসৰ সুবাসে মোহিত কৰি সকলোকে । ৮ আৰ
দেৰগাঁৱৰ দক্ষিণ দলিজলীয়াত ৰাস মহোৎসৱৰ আয়োজন


গোলাঘাট, ০৩ নৱেম্বৰ (হি.স.)। দেৰগাঁৱৰ দক্ষিণ দলিজলীয়াত ৰাস মহোৎসৱৰ আয়োজন। শৰৎ পূৰ্ণিমাত ৰাজ্যৰ সৰ্বত্ৰে আয়োজন কৰা হয় ৰাস মহোৎসৱ ।

ব্যতিক্ৰম নহয় দেৰগাঁৱৰ দক্ষিণ দলিজলীয়াবাসীও । বিগত বৰ্ষ সমূহৰ দৰে বিগতবৰ্ষতো ৰাসৰ সুবাসে মোহিত কৰি সকলোকে । ৮ আৰু ৯ নৱেম্বৰত অনুষ্ঠিত হব লগা ঐতিহ্যমণ্ডিত ৰাসভাগীক লৈ প্ৰস্তুতি তুংগত কৰি তুলিছে শিল্পীসকলে ।এতিয়া ৰাস উতসৱৰ বাবে দক্ষিণ দলিজলীয়াত এক খদমদম পৰিৱেশে বিৰাজ কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande