হল ভাড়া কৰি মৰিয়ণিৰ ৰাইজক ৰৈ ৰৈ বিনালে দেখুৱাইছে ৰূপজ্যোতি কুৰ্মীয়ে
যোৰহাট, ০৩ নৱেম্বৰ (হি.স.)। হল ভাড়া কৰি মৰিয়ণিৰ ৰাইজক ৰৈ ৰৈ বিনালে দেখুৱাইছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। যোৰহাটৰ ইলিচিনেমা হলত ৰৈ ৰৈ বিনালে চাবলৈ তিনিখন বাছ লৈ আহিল মৰিয়ণিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে। হল ভাড়া কৰি তিনিখনকৈ বাছত ৰাইজক লৈ আহি প্ৰাণৰ
যোৰহাটৰ ইলিচিনেমা হলত ৰৈ ৰৈ বিনালে চাবলৈ তিনিখন বাছ লৈ আহিল মৰিয়ণীৰ বিধায়ক ৰূপজ্যোতি কৰ্মী/ হল ভাড়া কৰি চিনেমা দেখুৱাইছে মৰিয়ণী ৰাইজ


যোৰহাট, ০৩ নৱেম্বৰ (হি.স.)। হল ভাড়া কৰি মৰিয়ণিৰ ৰাইজক ৰৈ ৰৈ বিনালে দেখুৱাইছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। যোৰহাটৰ ইলিচিনেমা হলত ৰৈ ৰৈ বিনালে চাবলৈ তিনিখন বাছ লৈ আহিল মৰিয়ণিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে। হল ভাড়া কৰি তিনিখনকৈ বাছত ৰাইজক লৈ আহি প্ৰাণৰ শিল্পীগৰাকীৰ চিনেমা দেখুৱাইছে বিধায়কজনে।

যোৰহাটৰ ইলি চিনেমা হলত ৰৈ ৰৈ বিনালেচাবলৈ বাছ ভাড়া কৰি আহিল মৰিয়ণীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। তিনিখন বাছ ভাড়া কৰি মৰিয়ণী বাসী ৰাইজক জুবিন গাৰ্গৰৰৈ ৰৈ বিনালে চবি চাবলৈ লৈ আহিল বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। আনহাতে চিনেমা চোৱাৰ পূৰ্বে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গৰিমা শইকীয়া গাৰ্গলৈ আহ্বান জনায় জুবিন গাৰ্গৰ মিউজীক বেন্ডটোক জীয়াই ৰাখিবলৈ।দলটোক মৰিবলৈ নিদিব বুলি মন্তব্য দিয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande