শুৱালকুছি বাথান থানাৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড
কামৰূপ, ২৫ নৱেম্বৰ (হি.স.)। শুৱালকুছি বাথান থানাৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জাহ যায় এটি বাসগৃহ । পাটৰ কাপোৰকে আদি কৰি মূল্যৱান সামগ্ৰী , নথিপত্ৰ সহ প্ৰায় ৪ লাখ টকা মূল্যৰ সামগ্ৰী অগ্নিকাণ্ডত ক্ষতি গ্ৰস্ত হয় । অগ্নিক
শুৱালকুছি বাথান থানাৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড


কামৰূপ, ২৫ নৱেম্বৰ (হি.স.)। শুৱালকুছি বাথান থানাৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জাহ যায় এটি বাসগৃহ ।

পাটৰ কাপোৰকে আদি কৰি মূল্যৱান সামগ্ৰী , নথিপত্ৰ সহ প্ৰায় ৪ লাখ টকা মূল্যৰ সামগ্ৰী অগ্নিকাণ্ডত ক্ষতি গ্ৰস্ত হয় । অগ্নিকাণ্ড ৰ সময়ত ঘৰত নাছিল পৰিয়ালৰ কোনো লোক। স্থানীয় ৰাইজৰ সহযোগত শুৱালকুছি অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । ‌

বাথানৰ প্ৰয়াত প্ৰকাশ দাসৰ বাসগৃহত কপিকুলৰ উপদ্ৰৱৰ বাবেই। বৈদ্যুতিক শ্বট্ চাৰ্কিট হৈ অগ্নিকাণ্ড ৰ সূত্ৰপাত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande