সৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ৰঙিয়াত পদযাত্ৰা
কামৰূপ, ২৫ নৱেম্বৰ (হি.স.)। ৰঙিয়াত বিশাল পদযাত্ৰা । ভাৰতৰ লৌহ মানৱৰ প্ৰতি শ্ৰদ্ধা জনাই ঐক্য, ৰাষ্ট্ৰীয় সংহতি আৰু সামূহিক সম্প্ৰীতিৰ বাৰ্তা বিয়পোৱাৰ লক্ষ্যৰে আয়োজিত হয় এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটো। সৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী
সৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ৰঙিয়াত পদযাত্ৰা


কামৰূপ, ২৫ নৱেম্বৰ (হি.স.)। ৰঙিয়াত বিশাল পদযাত্ৰা । ভাৰতৰ লৌহ মানৱৰ প্ৰতি শ্ৰদ্ধা জনাই ঐক্য, ৰাষ্ট্ৰীয় সংহতি আৰু সামূহিক সম্প্ৰীতিৰ বাৰ্তা বিয়পোৱাৰ লক্ষ্যৰে আয়োজিত হয় এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটো। সৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে জিলা পৰ্যায়ৰ ঐক্য সমদল উলিওৱা হয়।

পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী, সাধাৰণ ৰাইজৰ সমান্তৰাল সম-জিলা আয়ুক্ত সহ প্ৰশাসনৰ বহু লোকে অংশ লয় এই সমদলত। জিলা ভিত্তিক এই পদযাত্ৰাটো উলিওৱা হয় একতাৰ বাবে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande