গৌৰীপুৰত অবৈধ জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান,চাৰিজন আটক
ধুবুৰী, ২৫ নৱেম্বৰ (হি.স.)। ধুবুৰী গৌৰীপুৰত অবৈধ জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। গৌৰীপুৰ আৰক্ষীৰ অভিযানত আটক ৪ জুৱাৰী। গোপন খবৰৰ ভিত্তিত হৰিয়াৰখুটি অঞ্চলত আৰক্ষীৰ অভিযান। দীৰ্ঘদিনৰ পৰাই গোপনে লাখ লাখ টকাৰ জুৱা খেলি থকাৰ অভিযোগ চক্ৰটোৰ বিৰুদ্ধে
গৌৰীপুৰত অবৈধ জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান,চাৰিজন আটক


ধুবুৰী, ২৫ নৱেম্বৰ (হি.স.)। ধুবুৰী গৌৰীপুৰত অবৈধ জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। গৌৰীপুৰ আৰক্ষীৰ অভিযানত আটক ৪ জুৱাৰী।

গোপন খবৰৰ ভিত্তিত হৰিয়াৰখুটি অঞ্চলত আৰক্ষীৰ অভিযান। দীৰ্ঘদিনৰ পৰাই গোপনে লাখ লাখ টকাৰ জুৱা খেলি থকাৰ অভিযোগ চক্ৰটোৰ বিৰুদ্ধে।

আটকাধীন জুৱাৰী কেইজন হৈছে ছইফুল ৰহমান, ছাইদুল প্ৰধানী, মনিছুৰ ইছলাম, ছামিনুৰ ইছলাম। জুৱাৰী কেইজনক আৰক্ষী জেৰা চলাই তদন্ত অব্যাহত ৰাখিছে। অঞ্চলটোত দিৰ্ঘদিনৰ পৰা অবৈধ জুৱা খেলৰ প্ৰচলন চলি থকাৰ ফলত অঞ্চলটোৰ সামাজিক পৰিস্থিতি যঠেষ্ট বিঘ্নিত হৈছিল । আৰক্ষীৰ অভিযানত ঘটনাস্থলীৰ পৰা নগদ ধন আৰু কিছু জুৱা খেলৰ সামগ্ৰী উদ্ধাৰ কৰে। বৰ্তমানে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande