
চৰাইদেউ, ২৪ নৱেম্বৰ (হি.স.)। চৰাইদেউ চাহ বাগিছাত প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্র সন্থাৰ। চৰাইদেউ চাহ বাগিচা প্ৰাথমিক সমিতি আৰু নাজিৰা আঞ্চলিক সমিতি ,শিৱসাগৰ জিলা সমিতিৰ সহযোগত চৰাইদেউ চাহ বাগিছাৰ পৰা দ'লবাগান তিনি আলি লৈকে বৃহৎ প্ৰতিবাদী সমদল হৈ প্রতিবাদ কার্য্যসূচী ৰূপায়ন ৷
আছাৰ চৰাইদেউ পর্বত চাহ বাগিচা পুনৰ খোলাৰ দাবীত বৃহৎ প্রতিবাদী কার্য্যসূচী আদিবাসী ছাত্ৰ সন্থাৰ ৷ বাগিছাৰ শ্রমিক ৰাইজে আৰু আদিবাসী ছাত্ৰ সন্থাই এই চাহ উদ্যোগ আৰু বাগিচাখন বচোৱাৰ স্বাৰ্থত প্ৰতিবাদী কার্য্যসূচীত অংশগ্ৰহন ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু