ডিব্ৰুগড়ৰ নন্দলাল বৰগোহাই মহাবিদ্যালয়ত গ্ৰন্থ উন্মোচনী সভা
ডিব্ৰুগড়, ২৪ নৱেম্বৰ (হি.স.)। ডিব্ৰুগড়ৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান নন্দলাল বৰগোহাঁই চিতি মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় জ‍্যোতি বৰগোঁহাইৰ অভিনন্দন গ্ৰন্থ উন্মোচন আৰু মত বিনিময় অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল,
ডিব্ৰুগড়ৰ নন্দলাল বৰগোহাই মহাবিদ্যালয়ত গ্ৰন্থ উন্মোচনী সভা


ডিব্ৰুগড়, ২৪ নৱেম্বৰ (হি.স.)। ডিব্ৰুগড়ৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান নন্দলাল বৰগোহাঁই চিতি মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় জ‍্যোতি বৰগোঁহাইৰ অভিনন্দন গ্ৰন্থ উন্মোচন আৰু মত বিনিময় অনুষ্ঠান।

এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মহাবিদ্যালয় খনৰ অধ‍্যক্ষ ড° সঞ্জীৱানন্দ বৰগোঁহাই, ডিব্ৰুগড় পৌৰণিগমৰ মেয়ৰ ডা° চৈকত পাত্ৰ, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ‍্যক্ষ অসীম হাজৰিকা, অসম পৰ্যতন নিগমৰ অধ‍্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ লগতে মহাবিদ্যালয় খনৰ শিক্ষক শিক্ষয়ত্ৰী, ছাত্র ছাত্ৰী সকলৰ লগতে বহুতো বিশিষ্ট ব‍্যক্তি।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande