ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাসক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ জয়ৰাম ৰমেশ
নতুন দিল্লী, ২৪ নৱেম্বৰ (হি.স.)। ডলাৰৰ বিপৰীতে টকাৰ মূল্য অব্যাহত থকা হ্ৰাসক কেন্দ্ৰ কৰি কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে। এক্সত এটা পোষ্টত তেওঁ কয় যে টকা “ফ্ৰী ফ’ল”ত আছে আৰু প্ৰতি ডলাৰত প্ৰায় ৯০ টকা হৈছেগৈ।
काँग्रेस सरचिटणीस जयराम रमेश


নতুন দিল্লী, ২৪ নৱেম্বৰ (হি.স.)। ডলাৰৰ বিপৰীতে টকাৰ মূল্য অব্যাহত থকা হ্ৰাসক কেন্দ্ৰ কৰি কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে। এক্সত এটা পোষ্টত তেওঁ কয় যে টকা “ফ্ৰী ফ’ল”ত আছে আৰু প্ৰতি ডলাৰত প্ৰায় ৯০ টকা হৈছেগৈ।

ৰমেশে লিখিছে যে টকাৰ পৰিস্থিতি চিন্তনীয় আৰু ই অৰ্থনৈতিক ব্যৱস্থাপনাক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে এই ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande