নগাঁৱৰ বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ প্ৰাক্তন ছাত্ৰছাত্ৰীৰ সন্মীলন
নগাঁও, ২৩ নৱেম্বৰ (হি.স.)। নগাঁৱৰ বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ প্ৰাক্তন ছাত্ৰছাত্ৰীৰ সন্মীলন l নগাঁও জিলাৰ বটদ্ৰৱা অঞ্চলৰ অগ্ৰনী উচ্চ শিক্ষাৰ অনুষ্ঠান বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চলিত ব
নগাঁৱৰ বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ প্ৰাক্তন ছাত্ৰছাত্ৰীৰ সন্মীলন l


নগাঁও, ২৩ নৱেম্বৰ (হি.স.)। নগাঁৱৰ বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ প্ৰাক্তন ছাত্ৰছাত্ৰীৰ সন্মীলন l

নগাঁও জিলাৰ বটদ্ৰৱা অঞ্চলৰ অগ্ৰনী উচ্চ শিক্ষাৰ অনুষ্ঠান বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চলিত বৰ্ষত ৭৫বছৰত উপনীত হৈছে৷

এই গৌৰৱ উজ্জ্বল পঞ্চসপ্ততিতম বৰ্ষ উপলক্ষে বিদ্যালয় খনৰ মহাৰজত জয়ন্তী উৎসৱ সামৰণি অনুষ্ঠান আগন্তুক বৰ্ষৰ ১৬, ১৭ আৰু ১৮ জানুৱাৰীত বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব৷ এই উপলক্ষে আজি দেওবাৰে বিদ্যালয়ত প্ৰথম কাৰ্যসূচী অনুসৰি এখনি প্ৰাক্তন ছাত্ৰছাত্ৰীৰ সন্মিলনী আৰু মতবিনিময় অনুষ্ঠান অনুষ্ঠিত হয়৷ পুৱা নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত হৈ বিদ্যালয় পতাকা উওোলন অংশ গ্ৰহন কৰি বন্তি প্ৰজ্বালনৰে কৰ্যসূচী শুভাৰম্ভৰনী কৰি প্ৰানৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰৰ্দ্বাঞ্জলী জ্ঞাপন কৰে৷পিছত প্ৰাক্তন ছাত্ৰছাত্ৰীৰ সন্মীলনৰ সভাত আদৰনী ভাষন দিয়ে৷দুপৰীয়া শিক্ষক ছাত্ৰছাত্ৰী সকলে বিদ্যালয়ৰ গীত পৰিবেশ কৰি প্ৰাক্তন ছাত্ৰছাত্ৰীৰ মতবিনিময়ৰ অনুষ্ঠান অনুষ্ঠিত হয়৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande