কাকপথাৰত সংঘটিত পথ দূৰ্ঘটনাত নিহত তিনি যুৱক
তিনিচুকীয়া, ২২ নৱেম্বৰ (হি.স.)। কাকপথাৰত কালি নিশা ভয়ংকৰ পথ দূৰ্ঘটনা ৷নিহত তিনি যুৱক ৷মৃত্যুদূতলৈ পৰিণত কাকপথাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷কাকপথাৰ বৰ ডিৰাকত পুনৰ পথ দূৰ্ঘটনাত নিহত হ’ল তিনি যুৱক ৷ মটৰচাইকেল আৰু ট্ৰেইলাৰৰ মাজত সংঘৰ্ষ ৷দূৰ্ঘটনা গ্ৰস্ত
কাকপথাৰত সংঘটিত পথ দূৰ্ঘটনাত নিহত তিনি যুৱক


তিনিচুকীয়া, ২২ নৱেম্বৰ (হি.স.)। কাকপথাৰত কালি নিশা ভয়ংকৰ পথ দূৰ্ঘটনা ৷নিহত তিনি যুৱক ৷মৃত্যুদূতলৈ পৰিণত কাকপথাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷কাকপথাৰ বৰ ডিৰাকত পুনৰ পথ দূৰ্ঘটনাত নিহত হ’ল তিনি যুৱক ৷

মটৰচাইকেল আৰু ট্ৰেইলাৰৰ মাজত সংঘৰ্ষ ৷দূৰ্ঘটনা গ্ৰস্ত মটৰ চাইকেলৰ নম্বৰ এ এছ ২৩ ৱাই ৪১৯৮ আৰু ট্ৰেইলাৰখনৰ নম্বৰ এ এছ ০৩ এফ ১৩০০ ৷ ঘটনাস্থলীত কাকপথাৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ ৷ নিহত যুৱক কেইজন ক্ৰমে দীপাংকৰ মৰাণ, সুৰজ মৰাণ, দ্বিপজ্যোতি মৰাণ ৷ নিহত যুৱক কেইজন কাকপথাৰৰ লিটং গাঁৱৰ বুলি জানিব পৰা গৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande