
শিৱসাগৰ, ২২ নৱেম্বৰ (হি.স.)। নাজিৰা গড়গাঁও শক্তি বিতৰণ কোম্পনী লিমিটেড, উপ সংমণ্ডল বিষয়া কাৰ্যালয়ত নাজিৰা বিদুৎ বিভাগ কাৰ্যালয় কৰ্মচাৰী সকলৰ প্ৰতিবাদী কাৰ্য্যসূচী।
নাজিৰা সংমণ্ডল বিদুৎ বিভাগ সকলো কৰ্মচাৰী বিদুৎ বিভাগ কায্যালয় সন্মুখত ধৰ্ণা কায্যসূচী ৰূপায়ণ কৰে। আদানি গ্ৰুপক শক্তি বিতৰণ ক্ষেত্ৰ হস্তান্তৰ কৰা প্ৰতিবাদ জনাই ধৰ্ণা কায্যসূচী গ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু