গোলকগঞ্জত কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ
ধুবুৰী, ২২ নৱেম্বৰ (হি.স.)। গোলকগঞ্জত জঘন্য কাণ্ড। এগৰাকী নাৱালিকা কিশোৰীক ধৰ্ষনৰ প্ৰচেষ্টা। লম্পট ফজৰ আলীক আটক। গোলকগঞ্জৰ ১ নম্বৰ ৱাৰ্ডৰ এগৰাকী নাৱালিকা কিশোৰী চাউলৰ গুড়া কৰিৱলৈ গৈছিল জাহাঙ্গীৰ আলমৰ মিলত। মিলত কোনো নথকাৰ সুযোগ লৈ লম্পট ফজৰ আলীয়ে
গোলকগঞ্জত কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ


ধুবুৰী, ২২ নৱেম্বৰ (হি.স.)। গোলকগঞ্জত জঘন্য কাণ্ড। এগৰাকী নাৱালিকা কিশোৰীক ধৰ্ষনৰ প্ৰচেষ্টা। লম্পট ফজৰ আলীক আটক। গোলকগঞ্জৰ ১ নম্বৰ ৱাৰ্ডৰ এগৰাকী নাৱালিকা কিশোৰী চাউলৰ গুড়া কৰিৱলৈ গৈছিল জাহাঙ্গীৰ আলমৰ মিলত। মিলত কোনো নথকাৰ সুযোগ লৈ লম্পট ফজৰ আলীয়ে কিশোৰী গৰাকীক বলপূৰ্বক ধৰ্ষনৰ চেষ্টা চলায়।

যদিওঁ কিশোৰী গৰাকীয়ে চিঞৰ বাখৰ কৰি নিজ গৃহলৈ দৌৰ মাৰে। আনহাতে লম্পট ফজৰ আলীয়ে নিজে ই ৰিক্সালৈ গৌৰিপুৰ অভিমুখে পলায়নৰ প্ৰচেষ্টা চলায়। যদিও গোলকগঞ্জ আৰক্ষীয়ে দুমৰদহৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা লম্পট জনক ই–ৰিক্সাৰ সৈতে আটক কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande