শোণিতপুৰৰ লখৰাত সন্দেহযুক্ত ব্ৰাউন চুগাৰ জব্দ
শোণিতপুৰ, ২২ নৱেম্বৰ (হি.স.)। শোণিতপুৰৰ লখৰাত সন্দেহযুক্ত ব্ৰাউন চুগাৰ জব্দ। লখৰাৰ নিউ লাৱৰঘাড়ীত জব্দ কৰে ব্ৰাউনচুগাৰ সহ এগৰাকী সৰবৰাহকাৰীক। চাৰিদুৱাৰ আৰক্ষীয়ে আজি এক গোপন সূত্ৰৰ পম খেদি আটক কৰে মহিলা সৰবৰাহকাৰী সহ ব্ৰাউনছুগাৰ নগদ ধন সহ এটা ম
শোণিতপুৰৰ লখৰাত সন্দেহযুক্ত ব্ৰাউন চুগাৰ জব্দ।


শোণিতপুৰ, ২২ নৱেম্বৰ (হি.স.)। শোণিতপুৰৰ লখৰাত সন্দেহযুক্ত ব্ৰাউন চুগাৰ জব্দ। লখৰাৰ নিউ লাৱৰঘাড়ীত জব্দ কৰে ব্ৰাউনচুগাৰ সহ এগৰাকী সৰবৰাহকাৰীক।

চাৰিদুৱাৰ আৰক্ষীয়ে আজি এক গোপন সূত্ৰৰ পম খেদি আটক কৰে মহিলা সৰবৰাহকাৰী সহ ব্ৰাউনছুগাৰ নগদ ধন সহ এটা মবাইল ফোন।

জব্দকৃত ব্ৰাউনচুগাৰ খিনিৰ মূল্য প্ৰায় ২ লক্ষাধিক টকা হব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। আটকাধীন মহিলাগৰাকীৰ নাম ৰশ্ণী পাফা নাতুং বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে আৰক্ষীয়ে মহিলাগৰাকীক সোধপোছ অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande