
বৰপেটা, ২২ নৱেম্বৰ (হি.স.)। আদানি গ্ৰুপৰ সৈতে শক্তি চুক্তি। বৰপেটাৰোডত এপিডিচিএল ৰ কৰ্মচাৰীৰ প্ৰতিবাদ। এপিডিচিএলৰ কৰ্মচাৰীৰ সৈতে কোনো আলোচনা নকৰাকৈ চৰকাৰে লোৱা এই সিদ্ধান্তত খৰ্গহস্ত কৰ্মচাৰী সকল।
হাতে হাতে প্লে কাৰ্ড লৈ এ পি ডি চি এলৰ বৰপেটাৰোড উপ সংমণ্ডলৰ কৰ্মচাৰীৰ প্ৰতিবাদ। বৰপেটাৰোড বিদ্যুৎ উপসংমণ্ডল কাৰ্যলয়ত ঠিকাভিত্তিত কৰ্মচাৰীসকলৰ। আদানি গ'বেক, অসম চৰকাৰ হায় হায়, বিজেপি মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ,আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সককে ।
এই চুক্তিৰ ফলত গ্ৰাহকৰ লগতে ক্ষতিৰ সন্মুখীন হব কৰ্মচাৰী সকলো।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা