ডিগবৈ আৰ‌ ডি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত মন্ত্ৰী পিয়ুষ হাজৰিকা, ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময়
তিনিচুকীয়া, ২১ নৱেম্বৰ (হি.স.)। ডিগবৈ আৰ‌ ডি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত মন্ত্ৰী পিয়ুষ হাজৰিকা। ছাত্ৰ ছাত্ৰী সৈতে মত বিনিময় কৰে মন্ত্ৰী জনে। জীৱনত উন্নতি কৰিবলৈ হ''লে নিয়মানুৱৰ্তিতা আৰু সাধনা ৰ‌ অতি প্ৰয়োজনীয় বুলি কয় মন্ত্ৰী জনে। হিমন্ত বিশ্ব
ডিগবৈ আৰ‌ ডি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত মন্ত্ৰী পিয়ুষ হাজৰিকা, ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময়


তিনিচুকীয়া, ২১ নৱেম্বৰ (হি.স.)। ডিগবৈ আৰ‌ ডি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত মন্ত্ৰী পিয়ুষ হাজৰিকা। ছাত্ৰ ছাত্ৰী সৈতে মত বিনিময় কৰে মন্ত্ৰী জনে।

জীৱনত উন্নতি কৰিবলৈ হ'লে নিয়মানুৱৰ্তিতা আৰু সাধনা ৰ‌ অতি প্ৰয়োজনীয় বুলি কয় মন্ত্ৰী জনে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত অসমত বহু সমস্যা সমাধান হোৱাৰ লগতে বিশ্ববিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয় অধিক নিৰ্মাণ হৈছে বুলি কয় মন্ত্ৰী জনে।

মন্ত্ৰী জনৰ লগতে উপস্থিত থাকে ডিগবৈ বিধায়ক সুৰেন ফুকন, শদিয়াৰ বিধায়ক বলীন চেতিয়া, সহ বহু কেইজন শিক্ষাবিদ আৰু সমাজসেৱক ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande