পাকিস্তানত বিদ্ৰোহীৰ আক্ৰমণত ৭ জন নিহত
ইছলামাবাদ, ২১ নৱেম্বৰ (হি.স.)। উত্তৰ-পশ্চিম পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ এখন স্থানীয় কমিটীৰ কাৰ্যালয়ত অচিনাক্ত বিদ্ৰোহীৰ আক্ৰমণত কমেও ৭ জন লোক নিহত হয়। শুকুৰবাৰে আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে। আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে গভীৰ নিশা
पाकिस्तान में विद्राेही लड़ाके


ইছলামাবাদ, ২১ নৱেম্বৰ (হি.স.)। উত্তৰ-পশ্চিম পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ এখন স্থানীয় কমিটীৰ কাৰ্যালয়ত অচিনাক্ত বিদ্ৰোহীৰ আক্ৰমণত কমেও ৭ জন লোক নিহত হয়। শুকুৰবাৰে আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে।

আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে গভীৰ নিশা বান্নু জিলাৰ দাৰা দাৰীজ অঞ্চলত বন্দুকধাৰীয়ে কমিটীৰ কাৰ্যালয়ত আক্ৰমণ চলাই ৭ জন সদস্যক হত্যা কৰে।

এই আক্ৰমণত আহত হয় এজন লোক।

----------------

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande