
তিনিচুকীয়া, ২১ নৱেম্বৰ (হি.স.)। ডিগবৈ গলফ ফিল্ডত কিংবদন্তিৰ ক্ৰিকেট খেলুৱৈ কপিল দেৱ। আই অ চিৰ ২৫ তম্ সংস্কৰণ মাষ্টাৰ গলফ ত অংশগ্ৰহণ।
১ কোটি টকাৰ প্ৰাইজমানীৰে ২৫ তম ছাৰ্ভ মাষ্টাৰ্ছ গল্ফ প্ৰতিযোগিতাত ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ কপিল দেৱ। যোৱা ১৮ নবেম্বৰৰ পৰা ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলৰ উদ্যোগত ডিগবৈ গল্ফ লিংকত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ আজি সামৰনি খেলত অংশগ্ৰহণ কৰি খেলুৱৈ সকলক উৎসাহিত কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা