আনুষ্ঠানিকভাৱে আজিৰে পৰা নগৰীয়া মানচিত্ৰত সোমাল বাক্সাৰ বৰমা
বাক্সা, ২১ নৱেম্বৰ (হি.স.)। আজিৰে পৰা আনুষ্ঠানিকভাৱে নগৰীয়া মানচিত্ৰত সোমাল বাক্সাৰ বৰমা । বাক্সা জিলাৰ এখন পুৰণি নগৰ বৰমাত আজি বৰমা পৌৰসভা সমিতিৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিটিচিৰ নৱনিযুক্ত নগৰ আৰু নগৰ উন্নয়ন বিভাগৰ ইএম মুনমুন ব্ৰহ্মই
আনুষ্ঠানিকভাৱে আজিৰে পৰা নগৰীয়া মানচিত্ৰত সোমাল বাক্সাৰ বৰমা


বাক্সা, ২১ নৱেম্বৰ (হি.স.)। আজিৰে পৰা আনুষ্ঠানিকভাৱে নগৰীয়া মানচিত্ৰত সোমাল বাক্সাৰ বৰমা । বাক্সা জিলাৰ এখন পুৰণি নগৰ বৰমাত আজি বৰমা পৌৰসভা সমিতিৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিটিচিৰ নৱনিযুক্ত নগৰ আৰু নগৰ উন্নয়ন বিভাগৰ ইএম মুনমুন ব্ৰহ্মই ।

এই অনুষ্ঠানতেই আনুষ্ঠানিকভাৱে নৱনিৰ্বাচিত কমিটিখনে শপত গ্ৰহণ কৰে । শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি

মুনমুন ব্ৰহ্মই কয় যে বৰমাৰ বাবে আজি এটা ঐতিহাসিক দিন । এখন চহৰৰ উন্নতিকৰণৰ বাবে যি যি সমস্যা আছে সেয়া সমাধান কৰাৰ ক্ষেত্ৰৰ বিপিএফে সদায় কাম কৰি যাব বুলি মত প্ৰকাশ কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande