ইম্ফলত উপস্থিত সৰসংঘচালক ডা° মোহন ভাগৱত, উষ্ম আদৰণি
ইম্ফল, ২০ নৱেম্বৰ (হি স)। উত্তৰ-পূব ভ্ৰমণৰ তিনিদিনীয়া ভ্ৰমণৰ তৃতীয় দিনা বৃহস্পতিবাৰে ইম্ফলত উপস্থিত হয় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা০ মোহন ভাগৱত। ইম্ফলৰ ভাস্কৰ প্ৰভাত আৰ এছ এছ মণিপুৰ প্ৰদেশৰ জ্যেষ্ঠ বিষয়াসকলে তেওঁক উষ্ম আদৰণি জনায়।
Mohan Bhagwat in Guwahati.


ইম্ফল, ২০ নৱেম্বৰ (হি স)। উত্তৰ-পূব ভ্ৰমণৰ তিনিদিনীয়া ভ্ৰমণৰ তৃতীয় দিনা বৃহস্পতিবাৰে ইম্ফলত উপস্থিত হয় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা০ মোহন ভাগৱত। ইম্ফলৰ ভাস্কৰ প্ৰভাত আৰ এছ এছ মণিপুৰ প্ৰদেশৰ জ্যেষ্ঠ বিষয়াসকলে তেওঁক উষ্ম আদৰণি জনায়।

ডা০ ভাগৱতৰ এই ভ্ৰমণৰ সময়ত বিভিন্ন সামাজিক আৰু সাংগঠনিক সভা অনুষ্ঠিত হ’ব। তেওঁৰ আগমনক লৈ উৎফুল্লিত স্থানীয় আৰ এছ এছৰ কৰ্মীসকল। খবৰ অনুসৰি মণিপুৰৰ পাহাৰত জনজাতীয় নেতাৰ সৈতেও বৈঠকত মিলিত হ'ব ডাঃ ভাগৱত।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande