ভিৰৰ সুযোগ লৈ জুবিন ক্ষেত্ৰত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ
কামৰূপ, ০২ নৱেম্বৰ (হি.স.)। ভিৰৰ সুযোগ লৈ জুবিন ক্ষেত্ৰত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ । কিছুদিন পূৰ্বে শ্ৰদ্ধাঞ্জলিৰ বাবে আগবঢ়োৱা অনুৰাগীৰ ধন মোনাত ভৰাই উধাও হৈছিল লোকজন পিছত আজি পুনৰ উপস্থিত হ‌ওতে ৰাইজে কৰায়ত্ব কৰে লোকজনক। ৰাইজে কৰায়ত্ত কৰি সোণা
ভিৰৰ সুযোগ লৈ জুবিন ক্ষেত্ৰত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ ।


ভিৰৰ সুযোগ লৈ জুবিন ক্ষেত্ৰত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ ।


কামৰূপ, ০২ নৱেম্বৰ (হি.স.)। ভিৰৰ সুযোগ লৈ জুবিন ক্ষেত্ৰত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ ।

কিছুদিন পূৰ্বে শ্ৰদ্ধাঞ্জলিৰ বাবে আগবঢ়োৱা অনুৰাগীৰ ধন মোনাত ভৰাই উধাও হৈছিল লোকজন পিছত আজি পুনৰ উপস্থিত হ‌ওতে ৰাইজে কৰায়ত্ব কৰে লোকজনক। ৰাইজে কৰায়ত্ত কৰি সোণাপুৰ আৰক্ষীক চমজাই দিয়ে বকো ধূপধাৰাৰ আনোৱাৰা হুছেইন ।

সমগ্ৰ দৃশ্য চিচি টিভিত বন্দী হৈছিল। উল্লেখ্য যে পূৰ্বেও এই ঘটনা সংঘটিত কৰিছিল আনোৱাৰ হুছেইনে। আনহাতে জুবিন ক্ষেত্ৰত সুৰাপায়ীৰ উদ্ভাণ্ডলি ।

সোণাপুৰ আৰক্ষীয়ে সুৰাপায়ী জনক আটক কৰি থানালৈ লৈ যায়।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande