গৃহৰক্ষী জোৱানৰ প্ৰতিবাদত কপিঁব দিছপুৰ
ধেমাজি, ০২ নৱেম্বৰ (হি.স.)। গৃহৰক্ষী জোৱানৰ প্ৰতিবাদত কপিঁব দিছপুৰ। দাৱী পূৰণ নহলেই চল্লিছ হাজাৰ গৃহৰক্ষী জোৱানে কৰ্তব্য বৰ্জন কৰাৰ হুংকাৰ আগন্তুক বিধানসভা নিৰ্বাচনত। দেওবাৰে ধেমাজিত সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ আৰু সদৌ অসম প্ৰশিক্ষণ
গৃহৰক্ষী জোৱানৰ প্ৰতিবাদত কপিঁব দিছপুৰ


ধেমাজি, ০২ নৱেম্বৰ (হি.স.)। গৃহৰক্ষী জোৱানৰ প্ৰতিবাদত কপিঁব দিছপুৰ। দাৱী পূৰণ নহলেই চল্লিছ হাজাৰ গৃহৰক্ষী জোৱানে কৰ্তব্য বৰ্জন কৰাৰ হুংকাৰ আগন্তুক বিধানসভা নিৰ্বাচনত। দেওবাৰে ধেমাজিত সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ আৰু সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই এক সংবাদমেল সম্বোধন কৰে ধেমাজি জিলা সমিতিয়ে ৷

শেহতীয়াকৈ অসম গৃহৰক্ষী বাহিনীত নতুনকৈ ৫০০০ গৃহৰক্ষীক প্ৰশিক্ষণ বন্ধৰ দাৱী উত্থাপন কৰে ৷

প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী জোৱানে কৰ্তব্যত লোৱা নাই সেই সকলক পুনৰ লোৱাৰ ব্যৱস্থা কৰা ৷ সমূহ গৃহৰক্ষী জোৱানক চাকৰি নিয়মীয়াকৰণৰ দাৱী তোলে সন্থাৰ সভাপতি বিজয় হাজৰিকাৰ লগতে সতীৰ্থ গৃহৰক্ষী জোৱানে ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande