প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে পশ্চিম কাৰ্বি আংলঙৰ ডংকাত প্ৰতিবাদ
পশ্চিম কাৰ্বি আংলং, ০২ নৱেম্বৰ (হি.স.)। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিৰোধি দলৰ উপদলপতি গৌৰৱ গগৈৰ বিৰুদ্ধে পশ্চিম কাৰ্বি আংলঙৰ ডংকাত প্ৰতিবাদ। ডংকা চহৰৰ মজিয়াত বিজেপি যুৱ মৰ্চাৰ উদ্যোগত আয়োজিত প্ৰতিবাদী কাৰ্যসূচীত কেইবা সহস্ৰাধিক যুৱ কৰ্ম-কৰ্তা সমবে
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে পশ্চিম কাৰ্বি আংলঙৰ ডংকাত প্ৰতিবাদ


পশ্চিম কাৰ্বি আংলং, ০২ নৱেম্বৰ (হি.স.)। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিৰোধি দলৰ উপদলপতি গৌৰৱ গগৈৰ বিৰুদ্ধে পশ্চিম কাৰ্বি আংলঙৰ ডংকাত প্ৰতিবাদ।

ডংকা চহৰৰ মজিয়াত বিজেপি যুৱ মৰ্চাৰ উদ্যোগত আয়োজিত প্ৰতিবাদী কাৰ্যসূচীত কেইবা সহস্ৰাধিক যুৱ কৰ্ম-কৰ্তা সমবেত হৈ গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি গৌৰৱ গগৈ 'গৌ বেক,কংগ্ৰেছ মুৰ্ধাবাদ ধ্বনিৰে উত্তাল কৰি তুলে।

উল্লেখযোগ্য যে গৌৰৱ গগৈয়ে ট্ৰাইবেল বিৰোধি লগতে কাৰ্বি আংলঙৰ উন্নয়ণৰ বিৰোধ কৰি আহিছে বুলি প্ৰতিবাদকাৰীৰ অভিযোগ।

প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰী সকলে গৌৰৱ গগৈৰ বিৰোদ্ধে ডংকা চহৰত এক বিশাল সমদল উলিয়াই।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande