বৰপেটাত ধন দাবীৰ অভিযোগত প্ৰৱঞ্চক গ্ৰেপ্তাৰ
বৰপেটা, ০২ নৱেম্বৰ (হি.স.)। এইবাৰ চিএম ভিজিলেন্সৰ নামত ধন দাবী। বৰপেটাত ধন দাবীৰ অভিযোগত এটা প্ৰৱঞ্চক গ্ৰেপ্তাৰ । ধৃত প্ৰৱঞ্চকটো অনুপ কুমাৰ দাস। অনুপ কুমাৰ দাসৰ ঘৰ ডিব্ৰুগড়ত। শনিবাৰে নিশা বৰপেটা আৰক্ষীয়ে প্ৰৱঞ্চক অনুপ কুমাৰ দাসক গ্ৰেপ্তাৰ কৰে
বৰপেটাত ধন দাবীৰ অভিযোগত প্ৰৱঞ্চক গ্ৰেপ্তাৰ


বৰপেটা, ০২ নৱেম্বৰ (হি.স.)। এইবাৰ চিএম ভিজিলেন্সৰ নামত ধন দাবী। বৰপেটাত ধন দাবীৰ অভিযোগত এটা প্ৰৱঞ্চক গ্ৰেপ্তাৰ ।

ধৃত প্ৰৱঞ্চকটো অনুপ কুমাৰ দাস। অনুপ কুমাৰ দাসৰ ঘৰ ডিব্ৰুগড়ত।

শনিবাৰে নিশা বৰপেটা আৰক্ষীয়ে প্ৰৱঞ্চক অনুপ কুমাৰ দাসক গ্ৰেপ্তাৰ কৰে । বৰপেটা জিলাৰ চেঙাৰ মুষ্টাক মহম্মদ আক্ৰাম নামৰ লোকজনক চি এম ভিজিলেঞ্চৰ নামত ১ লাখ টকা দাবী কৰিছিল প্ৰৱঞ্চক অনুপ কুমাৰ দাসে । মির্জাৰ শহুৰেকৰ ঘৰত থাকি চি এম ভিজিলেন্সৰ নামত ধন দাবী কৰিছিল প্ৰৱঞ্চকটোৱে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande