
নগাঁও, ০২ নৱেম্বৰ (হি.স.)। নগাঁৱৰ কঠিয়াতলীত আদিবাসী চাহ শ্ৰমিকৰ প্ৰতিবাদ। আদিবাসী চাহ শ্ৰমিক সকলক অনুসূচীতকৰণ, দখলকৃত মাটিৰ ম্যাদি পট্টা দিয়া, ভূমিহীনক ভূমি দিয়া, ৬৬১ টকাকৈ চাহ শ্ৰমিকৰ মজুৰি প্ৰদান দাবীত নগাঁৱৰ কঠিয়াতলীত আদিবাসী চাহ শ্ৰমিকৰ প্ৰতিবাদ । কঠিয়াতলী চাৰিআলিত চাহ শ্ৰমিক সকলে পালন কৰে ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট ।
আদিবাসী চাহ শ্ৰমিক সকলক অনুসূচীতকৰণ, দখলকৃত মাটিৰ ম্যাদি পট্টা দিয়া, ভূমিহীনক ভূমি দিয়া, ৬৬১ টকাকৈ চাহ শ্ৰমিকৰ মজুৰি প্ৰদান দাবীত এই প্ৰতিবাদ । অহা ২৫ নৱেম্বৰত ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত নকৰিলে অনাগত দিনত জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু