সোণাৰিত প্ৰথম বাৰ্ষিক নগেন গগৈ সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ আয়োজন
চৰাইদেউ, ১৭ নৱেম্বৰ (হি.স.)। সোণাৰিত প্ৰথম বাৰ্ষিক নগেন গগৈ সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ আয়োজন। সোণাৰিত চৰাইদেউ জিলা ক্ৰীড়া সন্থাই আজি এক সংবাদ মেল যোগে এই তথ্য সদৰী কৰে। সোণাৰিত প্ৰথম বাৰ্ষিক নগেন গগৈ সোঁৱৰণী আমন্ত্ৰণমূলক
সোণাৰিত প্ৰথম বাৰ্ষিক নগেন গগৈ সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ আয়োজন


চৰাইদেউ, ১৭ নৱেম্বৰ (হি.স.)। সোণাৰিত প্ৰথম বাৰ্ষিক নগেন গগৈ সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ আয়োজন। সোণাৰিত চৰাইদেউ জিলা ক্ৰীড়া সন্থাই আজি এক সংবাদ মেল যোগে এই তথ্য সদৰী কৰে।

সোণাৰিত প্ৰথম বাৰ্ষিক নগেন গগৈ সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ আয়োজন । নৈশলোকত সোণাৰি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ আঠটা দলে।

উদ্বোধনী অনুষ্ঠানত এক হাজাৰৰো অধিক শিল্পীয়ে পৰিৱেশন কৰিব জুবিন গাৰ্গৰ মায়াবিনী।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande