অসমৰ হিয়াৰ আমঠু, গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি বোকাখাতত গণ স্বাক্ষৰ অভিযান
গোলাঘাট, ১৭ নৱেম্বৰ (হি.স.)।অসমৰ হিয়াৰ আমঠু, গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি বোকাখাতত গণ স্বাক্ষৰ অভিযান ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতিৰ ুুউদ্যোগত উক্ত গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰা হৈছে ৷ বোকাখাত নগৰৰ মাজমজিয়াত সংগঠনটোৱে হ
অসমৰ হিয়াৰ আমঠু, গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি বোকাখাতত গণ স্বাক্ষৰ অভিযান


গোলাঘাট, ১৭ নৱেম্বৰ (হি.স.)।অসমৰ হিয়াৰ আমঠু, গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি বোকাখাতত গণ স্বাক্ষৰ অভিযান ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতিৰ ুুউদ্যোগত উক্ত গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰা হৈছে ৷ বোকাখাত নগৰৰ মাজমজিয়াত সংগঠনটোৱে হাৰ্টথ'ব জুবিন গাৰ্গৰ অবাঞ্চিত মৃত্য়ুৰ ঘটনাৰ ন্যায়ৰ দাবীত গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰা হৈছে ৷

আনহাতে বোকাখাত সমজিলাৰ বৃহত্তৰ মহিলা সমাজে গণ শিল্পী জুবিন গাৰ্গৰ অবাঞ্চিত মৃত্য়ুৰ ঘটনাৰ ন্যায়ৰ দাবীত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰাণৰ শিল্পী গৰাকীৰ ন্যায় প্ৰদানত চৰকাৰে বিলম্ব কৰাত আক্ষেপ প্ৰদান কৰে মহিলা সকলে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande