গোলাঘাটত অনুষ্ঠিত মুক্তিযোদ্ধা প্ৰয়াত নাৰায়ণ চন্দ্ৰ দত্ত সোঁৱৰণি দ্বীবাৰ্ষিক তৰ্ক প্ৰতিযোগিতা
গোলাঘাট, ১৭ নৱেম্বৰ (হি.স.)। গোলাঘাটৰ ফৰকাটিং মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাতা অগ্ৰণী ব্যক্তি মুক্তিযোদ্ধা প্ৰয়াত নাৰায়ণ চন্দ্ৰ দত্ত সোঁৱৰণি দ্বীবাৰ্ষিক তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ তৰ্ক প্ৰতিযোগিতাৰ বিষয় -সদনৰ মতে “সাম্প্ৰতিক সমাজত শান্তি, সম্প্ৰীতি আৰ
গোলাঘাটত অনুষ্ঠিত মুক্তিযোদ্ধা প্ৰয়াত নাৰায়ণ চন্দ্ৰ দত্ত সোঁৱৰণি দ্বীবাৰ্ষিক তৰ্ক প্ৰতিযোগিতা


গোলাঘাট, ১৭ নৱেম্বৰ (হি.স.)। গোলাঘাটৰ ফৰকাটিং মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাতা অগ্ৰণী ব্যক্তি মুক্তিযোদ্ধা প্ৰয়াত নাৰায়ণ চন্দ্ৰ দত্ত সোঁৱৰণি দ্বীবাৰ্ষিক তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ তৰ্ক প্ৰতিযোগিতাৰ বিষয় -সদনৰ মতে “সাম্প্ৰতিক সমাজত শান্তি, সম্প্ৰীতি আৰু শৃংখলা-শৃংখলাবোধ বৰ্তাই ৰখাৰ ক্ষেত্ৰত সামাজিক মাধ্যমে এক গভীৰ ভাবুকীৰ সৃষ্টি কৰিছে” অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা বাৰ খনৰো অধিক ছাত্ৰ ছাত্ৰীয়ে উক্ত তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাত প্ৰতিযোগিতা খন অতি প্ৰতিদণ্ডিতামুলক হৈ পৰে ৷

আজিৰ তৰ্ক প্ৰতিযোগিতাৰ কাৰ্য্যসূচীত নাৰায়ণ চন্দ্ৰ দত্তৰ পৰিয়াল বৰ্গৰ লগতে মহাবিদ্যালয় খনৰ শিক্ষক -কৰ্মচাৰী ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande