ইউ পি এছ চিয়ে প্ৰকাশ কৰিলে ছেপ্টেম্বৰ মাহত নিযুক্তিৰ ফলাফল
নতুন দিল্লী, ১০ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় লোকসেৱা আয়োগে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱা বিভিন্ন নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। আয়োগৰ তথ্য অনুসৰি নিৰ্বাচিত প্ৰাৰ্থীসকলক ডাকযোগে পৃথকে পৃথকে অৱগত কৰা হৈছে। আয়োগে উল্লেখ কৰে যে নিয়ম
यूपीएससी


নতুন দিল্লী, ১০ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় লোকসেৱা আয়োগে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱা বিভিন্ন নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে।

আয়োগৰ তথ্য অনুসৰি নিৰ্বাচিত প্ৰাৰ্থীসকলক ডাকযোগে পৃথকে পৃথকে অৱগত কৰা হৈছে। আয়োগে উল্লেখ কৰে যে নিয়ম অনুসৰি আন প্ৰাৰ্থীৰ আবেদনো বিবেচনাধীন হৈ আছে, কিন্তু খালী পদ সীমিত হোৱাৰ বাবে সকলো প্ৰাৰ্থীক সাক্ষাৎকাৰৰ বাবে মাতিব বা পৰামৰ্শ দিয়া সম্ভৱ নহ’ল। ইউ পি এছ চিয়ে প্ৰকাশ কৰা এই ফলাফলসমূহ নিজ নিজ নিযুক্তি প্ৰক্ৰিয়াৰ চূড়ান্ত পৰামৰ্শ তালিকাৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande