বালিপৰাত ৰাজসাহাৰ্য্যযুক্ত সামগ্ৰী বিতৰণ কাৰ্য্যসূচীত অংশগ্ৰহণ বিজেপিৰ কৃষক মৰ্চাৰ জিলা উপ সভাপতি অমিয় ডেকাৰ
শোণিতপুৰ, ১০ নৱেম্বৰ (হি.স.)। সমগ্ৰ ৰাজ্যৰ লগতে বালিপৰাতো আনুষ্ঠানিক ভাবে ৰাজসাহাৰ্য্যযুক্ত সামগ্ৰী বিতৰণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি শুভাৰাম্ভ কৰে ভাৰতীয় জনতা পাৰ্টিৰ কৃষক মৰ্চাৰ জিলা উপ সভাপতি অমিয় ডেকাই। সমগ্ৰ ৰাজ্যৰ লগতে বালিপৰা সমবায় স
বালিপৰাত ৰাজসাহাৰ্য্যযুক্ত সামগ্ৰী বিতৰণ কাৰ্য্যসূচীত অংশগ্ৰহণ বিজেপিৰ কৃষক মৰ্চাৰ জিলা উপ সভাপতি অমিয় ডেকাৰ


শোণিতপুৰ, ১০ নৱেম্বৰ (হি.স.)। সমগ্ৰ ৰাজ্যৰ লগতে বালিপৰাতো আনুষ্ঠানিক ভাবে ৰাজসাহাৰ্য্যযুক্ত সামগ্ৰী বিতৰণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি শুভাৰাম্ভ কৰে ভাৰতীয় জনতা পাৰ্টিৰ কৃষক মৰ্চাৰ জিলা উপ সভাপতি অমিয় ডেকাই। সমগ্ৰ ৰাজ্যৰ লগতে বালিপৰা সমবায় সমিতিৰ অন্তৰ্গত মোলানপুখুৰী অসীম দাস সুলভ মূল্যৰ দোকানত অন্ন সেৱা আঁচনিৰ জৰিয়তে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধিনস্থ পৰিয়াললৈ ৰাজ সাহাৰ্য্যযুক্ত মচুৰ দালি, নিমখ আৰু চেনী বিতৰণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে ভাৰতীয় জনতা পাৰ্টিৰ কৃষক মৰ্চাৰ জিলা উপ-সভাপতি অমিয় ডেকাই।

এই বিশেষ পদক্ষেপৰ বাবে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিশেষভাবে ধন্যবাদ জ্ঞাপন কৰে অভিনয় ডেকাই । সভাত বালিপৰা সমবায় সমিতিৰ সভাপতি দুলাল দাস, বালিপৰা গাওঁ পঞ্চায়তৰ সচিব বক্তব্য আগবঢ়োৱাৰ লগতে মোলানপুখুৰীৰ ক আৰু খৰ গাওঁ সদস্যা দিপান্ঞ্জলী শৰ্মা, ৰিনিমণি সৰকাৰ, বামগাও চাহ লাইনৰ বিস্মিতা তাঁতী ও হিতাধিকাৰী ৰাইজ উপস্থিত থাকে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande