ডাকঘৰৰ প্ৰায় ডেৰশ বছৰীয়া সেৱা সম্পূৰ্ণ উপলক্ষে তামাৰহাট উপ-ডাক ঘৰত এক আলোচনা চক্ৰ
কোকৰাঝাৰ,০৯ অক্টোবৰ (হি.স.)। ডাকঘৰৰ প্ৰায় ডেৰশ বছৰীয়া সেৱা সম্পূৰ্ণ উপলক্ষে তামাৰহাট উপ-ডাক ঘৰত এক আলোচনা চক্ৰ। ডাকঘৰৰ প্ৰায় ডেৰশ বছৰীয়া এক । আজি এই যাত্ৰাৰ বিশেষ দিন । যাত্ৰা যান্ত্ৰীকতাৰ পৰশত পাহৰণীৰ গৰ্ভত এসময়ৰ ব্যস্ততাপূৰ্ণ ডাক ঘৰ সমূহ । পূৰ্ব
ডাকঘৰৰ প্ৰায় ডেৰশ বছৰীয়া সেৱা সম্পূৰ্ণ উপলক্ষে তামাৰহাট উপ-ডাক ঘৰত এক আলোচনা চক্ৰ


কোকৰাঝাৰ,০৯ অক্টোবৰ (হি.স.)। ডাকঘৰৰ প্ৰায় ডেৰশ বছৰীয়া সেৱা সম্পূৰ্ণ উপলক্ষে তামাৰহাট উপ-ডাক ঘৰত এক আলোচনা চক্ৰ। ডাকঘৰৰ প্ৰায় ডেৰশ বছৰীয়া এক । আজি এই যাত্ৰাৰ বিশেষ দিন । যাত্ৰা যান্ত্ৰীকতাৰ পৰশত পাহৰণীৰ গৰ্ভত এসময়ৰ ব্যস্ততাপূৰ্ণ ডাক ঘৰ সমূহ । পূৰ্বৰ তুলনাত ডাক ঘৰ সমূহত কাম বৃদ্ধি হৈছে যদিও আজিৰ দিনত নাহে প্ৰিয়জনৰ চিঠি । এসময়ত যোগাযোগৰ একমাত্ৰ মাধ্যম আছিল ডাক ঘৰ সমূহ ।

কিন্তু আজিৰ দিনত মোবাইলতে সীমাবদ্ধ হৈ পৰিছে এই সমূহ যোগাযোগৰ । ব্যক্তিগত আদানপ্ৰদান হ্ৰাস পাইছে যদিও হ্ৰাস পোৱা নাই বাণিজ্যিক বিভাগৰ কাম কাজ । পূৰ্বৰ তুলনাত চৰকাৰী আঁচনি অধিক উপলব্ধ এই সমূহ ডাক ঘৰ সেৱাত । পূৰ্বৰ তুলনাত আন্তঃগাঁঠনি অধিক উন্নত হোৱাৰ কথাও উল্লেখ কৰে ডাকঘৰ বিষয়াই ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande