জুবিন গাৰ্গৰ মৃত্যুৰ লগত জৰিত থকাৰ কোনো ব্যক্তিকে ৰেহাই দিয়া নহব
ডিব্ৰুগড়, ০৮ অক্টোবৰ (হি.স.)। ডিব্ৰুগড়ত স্বয়ংক্রিয় - যান বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ মুকলি। আজি এই কেন্দ্ৰটি মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড0হিমন্ত বিশ্ব শৰ্মাৰ । শক্তি মন্ত্ৰী প্ৰশান্ত ফুকন, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা,পৰিবহন মন্ত্ৰী যোগেন মহন
জুবিন গাৰ্গৰ মৃত্যুৰ লগত জৰিত থকাৰ কোনো ব্যক্তিকে ৰেহাই দিয়া নহব


ডিব্ৰুগড়, ০৮ অক্টোবৰ (হি.স.)। ডিব্ৰুগড়ত স্বয়ংক্রিয় - যান বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ মুকলি। আজি এই কেন্দ্ৰটি মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড0হিমন্ত বিশ্ব শৰ্মাৰ । শক্তি মন্ত্ৰী প্ৰশান্ত ফুকন, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা,পৰিবহন মন্ত্ৰী যোগেন মহন, অসম ৰাজ্যিক পৰিবহণ নিগম অধ্যক্ষ পল্লৱলোচন দাসকে ধৰি কেইবাগৰাকী বিধায়কে অংশগ্ৰহণ কৰে।

ইফালে সংবাদ সম্বোধন কৰি হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যু লগত জৰিয়তৰ থকাৰ কোনো ব্যক্তিকে ৰেহাই দিয়া নহব বুলি আজিৰ পুনৰ ৰাজ্য মুখ্যমন্ত্ৰীগৰাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। আমি কম সময়ৰ ভিতৰত নিয়াৰিকৈ আদালতত চাৰ্জশ্বিট দাখিল কৰিবৰ পাৰিম বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।তেখেতে কয় খৰ খেদাকৈ আমি একো কৰিব বিচৰা নাই।তেনে কৰিলে দোষী হাৰি যাব পাৰে।সেয়ে সকলোখিনি কাম সাৱধানেৰে কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande