Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
07 Oct 2025
কাৰ্বি আংলং, ০৭ অক্টোবৰ (হি.স.)। ৰাজ্যৰ লগত কাৰ্বি আংলং জিলাতো অৰুণোদয় ৩.০ আচঁনিৰ শুভাৰম্ভ। অৰুণোদয় ৩.০ আচঁনিত পূব আৰু পশ্চিম কাৰ্বি আংলঙৰ ১,২৭,১২৭ গৰাকী হিতাধাকাৰীক সামৰি লোৱা হৈছে। এতিয়াৰে পৰা এই আচঁনিৰ জৰিয়তে হিতাধিকাৰী সকলে প্ৰতিমাহে ১২৫০ টকাক..
শিৱসাগৰ, ০৭ অক্টোবৰ (হি.স.)। ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী লক্ষ্মী দেৱীক পূজা কৰাৰ উদ্দেশ্যেৰে ৮৬ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি শিৱসাগৰ জিলাৰ হাঁহচৰা লেবাং গাঁৱৰ ৰাইজে সোমবাৰে “লখিমী সবাহ ” উদ্যাপন কৰে ৷ আঠটা দশক অতিক্ৰম কৰা এই লখিমী সবাহৰ পৰম্পৰাই অঞ্চলট..
মৰিগাঁও, ০৭ অক্টোবৰ (হি.স.)। নৰ্থ ইষ্ট ফেষ্টিভেলত ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগৰ পৰা ৩০ লাখকৈ ধন আগবঢ়োৱা কথা ভিত্তিহীন l এই মন্তব্য় মন্ত্ৰী পিযুষ হাজৰিকাৰ। বিধায়ক অখিল গগৈ অনা এনে কেতবোৰ অভিযোগক নশ্বাত কৰি মন্ত্ৰী হাজৰিকাই অখিল গগৈ প্ৰত্যাহ্বান..
মৰিগাঁও, ০৭ অক্টোবৰ (হি.স.)। জাগীৰোডৰ বাঘজাপত মন্ত্ৰী পীযুষ হাজৰিকা। অৰুণোদয় ৩.০ ৰ শুভ উদ্বোধনী অনুষ্ঠানত জাগীৰোডৰ বাঘজাপৰ ১৫১ নং বুথত উপস্থিত থাকে মন্ত্ৰীগৰাকী । অৰুণোদয় ৩.০ আঁচনিৰ অধীনত এইবাৰ ৰাজ্যৰ ৩৮ লাখ মহিলাক সামৰি লোৱা হৈছে আৰু মাহত ১২৫০ ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha