ঝাৰখণ্ড ৰাজ্যিক বিজেপিৰ কাৰ্যকৰী সভাপতি আদিত্য সাহু
নতুন দিল্লী, ০৩ অক্টোবৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ ঝাৰখণ্ড ইউনিটৰ কাৰ্যকৰী সভাপতি হিচাপে ৰাজ্যসভাৰ সাংসদ আদিত্য সাহুক নিযুক্তি দিয়া হৈছে। দলৰ সাধাৰণ সম্পাদক অৰুণ সিঙে শুকুৰবাৰে এক বিবৃতিত এই তথ্য প্ৰদান কৰে। তেওঁ কয় যে বিজেপিৰ সভাপতি জগত প্ৰকা
भाजपा ध्वज


নতুন দিল্লী, ০৩ অক্টোবৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ ঝাৰখণ্ড ইউনিটৰ কাৰ্যকৰী সভাপতি হিচাপে ৰাজ্যসভাৰ সাংসদ আদিত্য সাহুক নিযুক্তি দিয়া হৈছে।

দলৰ সাধাৰণ সম্পাদক অৰুণ সিঙে শুকুৰবাৰে এক বিবৃতিত এই তথ্য প্ৰদান কৰে। তেওঁ কয় যে বিজেপিৰ সভাপতি জগত প্ৰকাশ নড্ডাই সাহু ডাঙৰীয়াক ঝাৰখণ্ড ৰাজ্যিক বিজেপিৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিছে। শ্ৰীযুত ৰবীন্দ্ৰ কুমাৰ ৰায়ৰ ঠাইত তেওঁক নিযুক্তি দিয়া হৈছে আৰু এই নিযুক্তি তাৎক্ষণিকভাৱে কাৰ্যকৰী হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande